Close

    প্ৰবীণ ৰাও

    praveen rao
    • পদবী: বিজ্ঞানী-এফ

    তেওঁ মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ পৰা পৰিকলন বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ই-আদালত প্ৰকল্পৰ বিভিন্ন এপ্লিকেশ্যনছ্ সমূহৰ পৰিকল্পনা, বিকাশ তথা প্ৰয়োগত বিজ্ঞানী ‘এফ.’ হিচাপে জড়িত আছিল।
    • ১৯৯৭ চনত ৰাষ্ট্ৰীয় তথ্যপ্ৰযুক্তি কেন্দ্ৰত বৈজ্ঞানিক বিষয়া “এছ.বি.” হিচাপে যোগদান কৰে আৰু পুনাস্থিত ৰাষ্ট্ৰীয় তথ্যপ্ৰযুক্তি কেন্দ্ৰৰ ছফটৱেৰ বিকাশ গোটত নিযুক্ত হয়।
    • ২০১০ চনত ই-আদালত প্ৰকল্পত যোগদান কৰে।