Close

    ভিডিঅ’ সন্মিলন

    ২০২০ চনৰ এপ্ৰিল মাহত আদালতসমূহত ভিডিঅ’ সন্মিলনৰ আদৰ্শ বিধিসমূহৰ খচৰা প্ৰস্তুতৰ উদ্দেশ্যে ই-সমিতিৰ সন্মানীয় অধ্যক্ষই উচ্চ ন্যায়ালয়সমূহৰ পাঁচগৰাকী অভিজ্ঞ মহামান্য ন্যায়াধীশক লৈ এখন উপ-সমিতি গঠন কৰে। উচ্চ ন্যায়ালয়সমূহৰ পৰা লাভ কৰা পৰামৰ্শ/ প্ৰস্তাৱসমূহ সন্নিৱিষ্ট কৰি ন্যায়ালয়ত ভিডিঅ’ সন্মিলনৰ আদৰ্শ বিধিসমূহ চূড়ান্ত কৰা হয় আৰু সকলো উচ্চ ন্যায়ালয়লৈ সেইসমূহ পালন কৰাৰ উদ্দেশ্যে প্ৰেৰণ কৰা হয়।

    ন্যায়ালয়ত ভিডিঅ’ সন্মিলনৰ আদৰ্শ বিধি