Close

    এল.আই.এম.বি.এম.

    ন্যায়ালয়ৰ গোচৰসমূহৰ পৰ্যবেক্ষন কৰাৰ বাবে এল আই এম বি এছ হৈছে এক পৰ্যবেক্ষণৰ মাধ্যম। ইয়াক পৰিচালনা কৰে আইন বিষয়ক বিভাগে। ভাৰত সংযুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহত চলি থকা গোচৰসমূহৰ স্থিতি জনাৰ বাবে আৰু পৰ্যবেক্ষন কৰাৰ বাবে ইয়াৰ ব্যৱহাৰ কৰা হয়। এল আই এম বি এছ আৰু ই-আদালতৰ আন্তঃব্যৱহাৰ্যতা অ’পেন এ পি আই ব্যৱহাৰ কৰি কৰা হয়।