Close

    বিভাগীয় ই-মেইল আই.ডি.ৰ বাবে হেল্পডেস্ক- @aij.gov.in

    বিভাগীয় ই-মেইল ঠিকনা (aij.gov.in)ৰ ব্যৱহাৰকাৰীক সহায় প্ৰদান কৰাৰ বাবে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ই-সমিতিৰ কাৰ্যালয়ত এটি হেল্পডেস্ক চলি থাকিব। হেল্পডেস্কৰ সৈতে যোগাযোগৰ সবিশেষ তলত দিয়া হৈছে।
    লেণ্ডলাইন নং ০১১-২৩১১২০০৬
    ই-মেইল আই.ডিঃ mhr-ecommittee@aij.gov.in

    বিভাগীয় ই-মেইল আই.ডি.ৰ (aij.gov.in) পাছৱৰ্ড পুনঃস্থাপন কৰাৰ পদক্ষেপ
    ন্যায়িক বিষয়াৰ বাবে ই-মেইল আবেদনৰ প্ৰ-পত্ৰ (পি.ডি.এফ. ৫০ কে.বি.)
    নতুন কি/ সচৰাচৰ সোধা প্ৰশ্ন