Close

    ই-কাৰাগাৰ

    ই-কাৰাগাৰ আবেদন কক্ষই কাৰাগাৰ আৰু কাৰাগাৰ ব্যৱস্থাপনাৰ লগত সম্পৰ্কিত সকলো কাম কাজৰ মাজত সংহতি ৰক্ষা কৰে। আদালতসমূহ, কাৰাগাৰ বিষয়াসকল আৰু ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ সৈতে জড়িত আন আন প্ৰতিষ্ঠানসমূহক কাৰাগাৰত প্ৰক্ষেপ কৰা বন্দীসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। ই লগ ধৰাৰ অনলাইন অনুৰোধ আৰু অভিযোগৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰে।

    এই আবেদন কক্ষত মূলতঃ তিনিটা উপাদান থাকে।
    ১. ই-কাৰাগাৰ এম আই এছঃ কাৰাগাৰসমূহত তেওঁলোকৰ দৈনন্দিন ক্ৰিয়াকলাপৰ বাবে ব্যৱস্থাপনা তথ্য ব্যৱস্থা [এম আই এছ]ৰ ব্যৱহাৰ কৰা হয়।
    ২. এন পি আই পিঃ নেশ্যনেল ¿প্ৰজনছ ইনফ’ৰমেশ্বন পৰ্টেল হৈছে এক নাগৰিক কেন্দ্ৰিক পৰ্টেল য’ত দেশৰ বিভিন্ন কাৰাগাৰসমূহৰ পৰিসংখ্যাগত তথ্য পোৱা যায়।
    ৩. কাৰা বাজাৰঃ দেশৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীসকলে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰি সজাই ৰখা পৰ্টেল।

    ই-কাৰাগাৰ ৱেবছাইট