অমোল কে. অবিনাশ

তেওঁ গৱৰ্ণমেণ্ট কলেজ অৱ্ ইঞ্জিনীয়াৰিং, অমৰাৱতী, মহাৰাষ্ট্ৰৰ ইঞ্জিনীয়াৰিঙৰ স্নাতক (পৰিকলন বিজ্ঞান)। ই-আদালত প্ৰকল্পৰ বিভিন্ন এপ্লিকেশ্যনছ সমূহৰ পৰিকল্পনা, বিকাশ তথা প্ৰয়োগত বিজ্ঞানী ‘এফ.’ হিচাপে জড়িত আছিল।
• ১৯৯৭ চনত ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰত বৈজ্ঞানিক বিষয়া “এছ.বি.” হিচাপে যোগদান কৰে আৰু মুম্বাইস্থিত ব’ম্বে উচ্চ ন্যায়ালয়ত নিযুক্ত হয়।
• ২০১৬ চনৰ ফেব্ৰুৱাৰি মাহ পৰ্যন্ত ব’ম্বে উচ্চ ন্যায়ালয়ত গোচৰ ব্যৱস্থাপনা ছফটৱেৰ পৰিকল্পনা, বিকাশ আৰু প্ৰয়োগত কৰ্মৰত আছিল।
• ছফটৱেৰ বিকাশ গোট, পুনাত কৰ্মৰত আছিল।
২০১৬ চনৰ মাৰ্চত ই-আদালত প্ৰকল্পত যোগদান কৰে।