Close

    চেন্নাইত ই-আদালত ছফ্‌ট্‌ৱেৰ এপ্লিকেশ্যনৰ উদ্বোধন

    • Start Date : 26/05/2020
    • End Date : 16/08/2020
    • Venue : চেন্নাই

    ই-সমিতিৰ অধ্যক্ষ ন্যায়াধীশ ড° ডি. ৱাই. চন্দ্ৰচূড়ে এক উদ্বোধনী অনুস্থানত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অধীনৰ গৌণ বিবাদ আৰু ট্ৰেফিক চালান গোচৰ সমূহ অনলাইন মাধ্যমত মীমাংসাৰ বাবে ভাৰ্চুৱেল কোৰ্ট উদ্বোধন কৰে। ভাৰ্চুৱেল কোৰ্ট মুকলি কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে যান-বাহন আইন উলংঘাকাৰী সকলে এতিয়াৰ পৰা আদালতলৈ নোযোৱাকৈ জৰিমনা পৰিশোধ কৰিব পাৰিব আৰু গোচৰটোৰ বিৰুদ্ধে আপীল কৰিব পাৰিব। অধ্যক্ষ গৰাকীয়ে ন্যায়িক বিষয়াসকলৰ কামৰ বোজা হ্ৰাস কৰাৰ ওপৰতো গুৰুত্ত্ব আৰোপ কৰিছিল।

    Video

    No Image