কেৰালাত ই-আদালত ছফ্ট্ৱেৰ এপ্লিকেশ্যনৰ উদ্বোধন
কেৰালা উচ্চ ন্যায়ালয়ে মোকৰ্দমাকাৰী আৰু অধিবক্তাসকলৰ সুবিধাৰ বাবে জামিন আবেদনৰ বাবে ই-ফাইলিং মডিউল, মটৰ দুৰ্ঘটনা দাবী আপীল আৰু ভূমি অধিগ্ৰহণ আপীল, জিলা ন্যায়পালিকাৰ বাবে ই-ফাইলিং মডিউল (পৰীক্ষামূলকভাৱে দুটা স্থানত) উচ্চ ন্যায়ালয় আৰু বিচাৰ আদালতৰ বাবে আবেদনৰ অনলাইন প্ৰমাণিত প্ৰতিলিপি(পৰীক্ষামূলক স্থানত) , ভাৰ্চুৱেল আদালত, কাগজবিহীনভাৱে কাৰ্যালয়ৰ কামকাজ পৰিচালনা ইত্যাদি সহ ই-আদালতৰ ছফ্ৰ্টৱেৰ এপ্লিকেশ্যন মুকলি কৰে।