ভাৰতী এছ. যাদৱ

তেওঁ ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ই-আদালত প্ৰকল্পৰ বিভিন্ন এপ্লিকেশ্যনছসমূহৰ পৰিকল্পনা, বিকাশ আৰু প্ৰয়োগত বিজ্ঞানী ‘চি.’ হিচাপে জড়িত আছিল।
• ১৯৯৮ চনত ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰ, গোৱাত বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী “এ.” হিচাপে যোগদান কৰে।
• ১৯৯৮ চনৰ পৰা ২০০০ চনৰ মাৰ্চ পৰ্যন্ত ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰ, গোৱাত কৰ্মৰত আছিল আৰু এছ. এম. জি. কাৰ্য্যকলাপত জড়িত আছিল।
• ২০০০ চনৰ মাৰ্চত পুনাৰ ছফটৱেৰ বিকাশ গোটলৈ বদলি হয় আৰু এছ. এম. জি. শাখাত যোগদান কৰে।
• ২০০৩ চনত ই-আদালত প্ৰকল্পত যোগদান কৰে।