Close

    অৰ্চনা নিছাল

    Archana Nisal
    • পদবী: বিজ্ঞানী-ডি.

    তেওঁ মহাৰাষ্ট্ৰৰ পুনা বিশ্ববিদ্যালয়ৰ পৰা এম.চি.এম. ডিগ্ৰী লাভ কৰে। ই-আদালত প্ৰকল্পৰ বিভিন্ন এপ্লিকেশ্যনছ সমূহৰ পৰিকল্পনা, বিকাশ তথা প্ৰয়োগত বিজ্ঞানী ‘ডি’ হিচাপে জড়িত আছিল।
    • ২০০১ চনত ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰত প্ৰগেমাৰ/ সহকাৰী বিজ্ঞানী ‘বি.’ হিচাপে যোগদান কৰে।
    • পুনাস্থিত ছফটৱেৰ বিকাশ গোটত ২০০১ চনৰ পৰা ২০১২ চনলৈকে কৰ্মৰত আছিল।
    • ২০১৩ চনত ই-আদালত প্ৰকল্পত যোগদান কৰে।