Close

    মনোজ কুমাৰ মিশ্ৰ

    Manoj Kumar Mishra
    • পদবী: উপ সঞ্চালক প্ৰধান

    ১৯৮৭ চনত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা এম.চি.এ. উত্তীৰ্ণ হৈ ১৯৮৮ চনত আগ্ৰাৰ এন.আই.চি. ত জিলা তথ্যবিজ্ঞান বিষয়া হিচাপে যোগদান কৰে। ২০০১ চনলৈকে তেওঁ ৰাষ্ট্ৰীয় আবকাৰী বিভাগ,কাণপুৰত তথ্য প্ৰযুক্তি প্ৰয়োগৰ প্ৰকল্প মূৰব্বী হিচাপে সেৱা আগবঢ়াইছিল। ২০০১ চনৰ পৰা ২০১৭ চনলৈকে তেওঁ চত্তিছগড় এন.আই.চি. ৰ ৰাজ্যিক মূৰব্বী হিচাপে সেৱা আগবঢ়াইছিল। ২০২০ চনলৈকে তেওঁ পৰিচালন সঞ্চালক (এন.আই.চি.এছ.আই.) হিচাপেও কাম কৰিছিল। বৰ্তমান তেওঁ এন.আই.চি. ৰ মুখ্য কাৰ্যালয়ত উপ সঞ্চালক প্ৰধান হিচাপে কৰ্মৰত।