এজন অধিবক্তাৰ দ্বাৰা ভাৰতবৰ্ষৰ উচ্চ ন্যায়ালয় আৰু জিলা আদালতসমূহৰ ই-দাখিল প’ৰ্টেলত কেনেকৈ গোচৰ ই-দাখিল কৰা হয় জানিব বিচাৰে নেকি- এই টিউট’ৰিয়েলটো চাওক। www.efiling.ecourts.gov.in নতুন গোচৰ ই-দাখিল কৰিবলৈ এই নিৰ্দেশনাৱলীৰ ক্ৰম অনুসৰি চাওক আৰু এজন ডিজিটেল যুগৰ অধিবক্তা হওক।