Close

    জাষ্ট.আই.এচ. (JustIS) ম’বাইল এপৰ জৰিয়তে আদালত ব্যৱস্থাপনা

    jusis

    ন্যায়িক বিষয়াসকলৰ বাবে জাষ্ট.আই.এচ. ম’বাইল এপ এণ্ড্ৰইদ আৰু আই.অ’.এচ. মাধ্যমত উপলব্ধ।

    এণ্ড্ৰইদ আৰু আই.অ’.এচ. ডিভাইচৰ বাবে জাষ্ট.আই.এচ. এপ ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰক

    ন্যায়িক বিষয়াই জে.অ’. ক’ড ব্যৱহাৰ কৰি লগ ইন কৰি জে.অ’. ক’ডত সংলগ্ন মোবাইল নম্বৰত লাভ কৰা অ’.টি.পি. ৰ সৈতে প্ৰমাণীকৰণ কৰিব পাৰে।

    জাষ্ট.আই.এচ. এপটো এণ্ড্ৰইদ আৰু আই.অ’.এচ.ত ইনষ্টল কৰাৰ ক্ষেত্ৰত অনুক্ৰমিক নিৰ্দ্দেশনা

    প্ৰয়োগকাৰীৰ বাবে নিৰ্দ্দেশনা- জাষ্ট.আই.এচ. (JustIS) ম’বাইল এপৰ জৰিয়তে আদালত ব্যৱস্থাপনা

    • Author : ই-সমিতি
    • Subject : জাষ্ট.আই.এচ. (JustIS) ম’বাইল এপৰ জৰিয়তে আদালত ব্যৱস্থাপনা
    • Language : ইংৰাজী
    • Year : 2018