Close

    ডিজিটেল ৰূপান্তৰৰ বাবে চৰকাৰী প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণত উৎকৃষ্টতাৰ বাবে ২০২১ চনৰ ৰাষ্ট্ৰীয় স্ৱৰ্ণ বঁটা

    2021

    ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু ন্যায় বিভাগৰ ই-কমিটীক প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগে ডিজিটেল ৰূপান্তৰৰ বাবে চৰকাৰী প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰথিতযশা ৰাষ্ট্ৰীয় স্ৱৰ্ণ বঁটাৰ সৈতে নগদ পুৰস্কাৰ ২ লাখ টকা, এটা ট্ৰফী আৰু ডিজিটেল ৰূপান্তৰৰ বাবে চৰকাৰী প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে এখন মানপত্ৰ প্ৰদান কৰে। হাইদৰাবাদত অনুষ্ঠিত ২৪ সংখ্যক ই-শাসন সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত উক্ত বঁটা প্ৰদান কৰে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ কেন্দীয় ৰাজ্যিক মন্ত্ৰী (স্ৱতন্ত্ৰ প্ৰভাৰ) ড০ জিতেন্দ্ৰ সিঙে।

    পুৰস্কাৰৰ সৱিশেষ

    নাম: ডিজিটেল ৰূপান্তৰৰ বাবে চৰকাৰী প্ৰক্ৰিয়া পুনৰ অভিযান্ত্ৰিকীকৰণৰ বাবে ৰাষ্ট্ৰীয় স্ৱৰ্ণ বঁটা

    Year: 2021