Close

    এছ এম এছ পুল

    pull sms

    যিবোৰ পক্ষৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা নাই, সেইসকলে তেওঁলোকৰ বিশেষ (গোচৰ নম্বৰ তথ্য) চি এন আৰ নম্বৰটো ৯৭৬৬৮৯৯৮৯৯ নম্বৰলৈ প্ৰেৰণ কৰি এছ এম এছ সেৱাযোগে গোচৰৰ সৱিশেষ লাভ কৰিব পাৰিব।এছ এম এছটোৰ ফৰ্মেট হ’ব E-Courts প্ৰেৰণ কৰিব লাগিব ৯৭৬৬৮৯৯৮৯৯ নম্বৰলৈ। লগে লগে গোচৰৰ সৱিশেষ এছ এম এছ প্ৰেৰণ কৰা মোবাইল নম্বৰলৈ যাব।