Close

    মনোজ কুমাৰ

    Manoj kumar
    • পদবী: বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী ‘এ.’

    ফিৰোজ গান্ধী ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজী, ৰায়বেৰেলী, উত্তৰ প্ৰদেশৰ পৰা প্ৰযুক্তিবিদ্যাৰ স্নাতক (পৰিকলন বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত) ডিগ্ৰী লাভ কৰে। ই-আদালত প্ৰকল্পৰ বিভিন্ন এপ্লিকেশ্যনছসমূহৰ পৰিকল্পনা, বিকাশ তথা প্ৰয়োগত বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী ‘এ.’ হিচাপে জড়িত আছিল।
    • ২০১৯ চনত ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰত বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী ‘এ.’ হিচাপে যোগদান কৰে।
    • ই-আদালত প্ৰকল্প, ছফটৱেৰ বিকাশ গোট, ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰ, পুনাত নিযুক্তি লাভ কৰিছিল।