জেমছ অৱ্ ডিজিটেল ইণ্ডিয়া বঁটা
![award image](https://cdnbbsr.s3waas.gov.in/s388ef51f0bf911e452e8dbb1d807a81ab/uploads/2020/05/2020071732.jpg)
ই-প্ৰশাসনৰ ক্ষেত্ৰত উৎকৃষ্টতা/ শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ বাবে ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ই-আদালত প্ৰকল্পক ২০১৮ বৰ্ষৰ জেমছ অৱ্ ডিজিটেল ইণ্ডিয়া বঁটা (জুৰীৰ পছন্দ) প্ৰদান কৰে।
পুৰস্কাৰৰ সৱিশেষ
নাম: জেমছ অৱ্ ডিজিটেল ইণ্ডিয়া বঁটা (জুৰীৰ পছন্দ)
Year: 2018