Close

    হেমসাগৰ শৰ্মা

    Hemsagar Sharma
    • পদবী: বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী- ‘এ’

    সম্ৰাট অশোক টেকন’লজিকেল ইনষ্টিটিউট, বিদিশা, মধ্যপ্ৰদেশৰ পৰা ইঞ্জিনীয়াৰিঙৰ স্নাতক (পৰিকলন বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত) ডিগ্ৰী লাভ কৰে। ই-আদালত প্ৰকল্পৰ বিভিন্ন এপ্লিকেশ্যনছসমূহৰ পৰিকল্পনা, বিকাশ তথা প্ৰয়োগত বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী ‘এ.’ হিচাপে জড়িত আছিল।
    • ২০১৯ চনত ৰাষ্ট্ৰীয় তথ্য প্ৰযুক্তি কেন্দ্ৰত বৈজ্ঞানিক/ কাৰিকৰী সহকাৰী ‘এ.’ হিচাপে যোগদান কৰে।
    • ই-আদালত প্ৰকল্পৰ পুনাস্থিত ছফটৱেৰ বিকাশ গোটত যোগদান কৰে।